পলায়ন কৰ্‌পলায়নবাদ

পলায়ন বেগ (Assamese) [ Roman: po.la.yon beg]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-28
1. Physics(Abstract Noun) In physics, escape velocity is the minimum speed needed for an object to "break free" from the gravitational attraction of a massive body. The escape velocity from earth is about 40,270 km/h (25,020 mph). পলায়ন বেগ হৈছে সেইপৰিমাণৰ ন্যূনতম বেগ যি বেগ পালে কোনো বস্তুৱে পৃথিৱী বা কোনো আকাশী বস্তুৰ মহাকৰ্ষণ শক্তিক অতিক্ৰম কৰি মহাকাষলৈ যাবলৈ সক্ষম হয় ৷